সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪০ জয় পবাছয় বা উদয়ৰ পথত শপ ০০০৮০

শি ০ ০স৬এশীক্ be

ইন্দ্র ইয়াৰ লগতে মই তোমাক আক এটি দান দিম পুত্র! ই” তোমাৰ পিতা-মাতা উভয়ৰ দান_তোগাৰ জননীয়ে মৃত্যুৰ - পূৰ্বৰ মুহুর্তীলে আকাঙ্খা কৰিছিল জীবিত দেহে তোমাৰ এই দান গ্রহণৰ দৃশ্য চাবলৈ_আজি পৰলোকৰ পৰাই চাই RN হওঁক । এই পিতৃ-মাতৃ হীন| বালিকাক তোমাৰ হাতত অর্পণ কৰিলে৷; এওঁৰেই মৃত পিতাকৰ নিৰ্দ্দেশা- RAIA! আক এই বালিকাৰ পিতৃ প্রদত্ত যৌতুক মোৰ ৰাজ্যৰ অন্তবভূক্ত সর্ণ পীঠ অঞ্চলৰ মালিক আজিৰ পৰ! তুমি,--লগতে চন্দ্রগিবীৰ শাসন ভাৰে৷ আজিৰ পৰা তোমাত অর্পণ কৰিলে| । তুমি উপযুক্ত, গ্রহণ কৰি মোক দায়িদ্বৰ পৰ| মুক্তি দিয়া। এবছৰৰ মূৰত 'তোমাৰ, মাতৃৰ অঙ্গ অসৌচৰ অন্তত তুমি হিন্দু ৰীতি মতে এওঁক বিবাহ কৰাই অভিষিক্ত হৈ সিংহাসনত আৰোহন কৰিবা। এতিয়া ষোৱা জননীৰ fret দান কাবা সম্পুৰ্ণ কৰাগৈ। ( উদয় আৰু মীৰাই প্রণাম কৰে ) মীৰ|--আপুনিও আহক পিতা বিশ্রাম কৰিব। Ram আই! আজি মোৰ নিশ্রামৰে প্রয়োজন। ( মীৰাই এ ধৰি লৈ যায় ) ৷ '_ উদয়-_নিয়তী! নাজানো কি বহুস্তৰ জালেৰে আবৰি ৰাখিছা মোৰ ভবিষ্যত। পিতাৰ আদেশ — জননীৰ অন্তিমৰ Boat | কিন্তু মোৰ ইচ্ছা অনিচ্ছাৰ প্রশ্নতো কোনোৱে নকৰিলে। ( হাতৰ ছবি চী) মোৰ পূৰ্বৰ পুৰুষৰ চিৰাবাধ্য| গোসানী!

০০৮০০০০