এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দ্বিতায় অঙ্ক ৩৭
eens ৰ পপি পি শী
বিজরা-__বুরবাজ- (চাই থাকে )
উদ্নয়--মই যাওঁ বিজয়া--( কিছু সময় শূণ্যৰ ফালে চাই থাকে। বেদনাকীৰ্ণ ভাৱে ও স্বৰে ) আ--ই।
[ Bax ক্লান্ত অৱশন্নৰ দৰে ঢলি পৰিব খোজে বিজয্নাই ধৰে, লাহে লাহে সকলোটি ওলায় যায়। ] ( এটা কৰুণ স্থৰ )
পট পৰে
fasta দৃশ্য চন্দ্ৰগিবীৰ ৰাজ প্রাসাদ
( শে৷কে জজ্জৰিত ইন্দ্ৰনাৰায়ণৰ প্ৰৱেশ)
ইন্দ্ৰ লক্ষী নাই_-মোৰ গৃহ লক্ষা-মোৰ ৰাজলক্ষা মোক চিৰ দিনলৈ কন্দুৱাই গুচি গৈছে। তেওঁৰ অভাবত গোটেই ৰাজপুৰি যেন আজি নিৰ্লাৱ-স্ল0ন--অন্ধকাৰ। চাৰিও ফালে যেন শ্মশানৰ বহি জ্বালা,--উঃ নিজ হাতে সেই সোণৰ প্রতিমাক চিতাত তুলি দিছে|--কি মৰ্ম্ম ভৈদী সেই দৃশ্য । ভগৰান--ইম।ন যন্্রণাৰ মাজতো! কিয় মোক জিয়াই ৰাখিছ| প্রভূ! সোকে৷ fawl তেওঁৰ কাষলৈ,--তেওঁ
অকলে বহি সিপুৰীত মোকেই mcr কৰিছে। লক্ষ্মী । লক্ষী !