সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ জয় পৰাজয় বা উদয়ৰ পথত টির Site জোনৰ হাঁহি ue হৰষিত ফুল পাহি বলিয়া ভোমৰ| আহি দিছে প্ৰিয় সম্ভাষণ ৷৷

(গীতৰ শেষত, বতনব প্রবেশ, ছুয়োকো| তেনে অৱস্থাত দেখি_নেদেখা ভাৱেৰে কাহে, অপুত্বত ভাবত ছয়ে! উঠি আতৰি ঠিয় হয়। বশুনে অর্থপূর্ণ ভাৱত উদ্বয়ৰ ফালে চাই মুখটিপি হাছে। বিপ্য়াই লাজতে তলনুৰ কৰি থাকে )

  • ৰত্তন--এইখন কিবা দেখে| দি গল--ডাকোৱালজনে। ৰ

উদয়--টেলিগ্ৰান্‌। ( ভাৰাতাৰি খুলি পঢ়ে। লাহে লাহে মুখখন “- কলা পৰি যায়, হাতবৰ পৰা টেলিগ্রামখন আপোনা আপুনি পৰি যায়-_-এটা হুমুনিয়াহ কাঢ়ি) সপোন ফলিছে বিজয়|-- | বিজয়া--কি-, ? (উদ্বিগ্ন ভাৱে ) - ৰতন--কি-- ? উদয়_(কপা মাতে) আ-- ই, আই মৰিল arm কালি-- ( অশ্ৰু বাগৰি পৰে )

(বনে মূৰে কপালে হাত দি বহিল। Seay চকুপানী দেখি ফিজয়াবো চকুপানী ওলাল ]