সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০ জয় পৰাজয় বা উদয়ৰ পথত চিপ ৩৯০৬ পপ বিয়াৰ পিচত তুমি পৃথককৈ ভগাই coral তেনেহলে ৰাজ্যখন সক হয়। অজিত-__মীবাই ভাল পায় বুৱবাজক sais) পিতা-মাডাও MAS অন্ধ--আৰু যুৱৰাজে খোজে মেৰ মৃত্যু-_ সেয়েহে বোধহয় মীৰাৰ লগত সদার এটা পিস্তল।

সভয--মীৰাই কিন্তু মনে মনে প্রথমে তোমাকে ভাল পাইছিল। সন্তানৰ আগতনে! লাজ কি--তাই বহুদিন (তামা কথা মোৰ আগত কৈছিল ও-- ময়ে ভাবিছিলো তোমাৰ লগতেই তাই বিয়৷- সোমাব কিন্তু যুববাজেছে ৰাণী হোৱাৰ প্ৰলোভনত ঘূৰাই নানা ৰকমে ফুচুলাই তাইৰ মন চিঙি দিছে।

জ্বজিত--হু-ভাই--ভাই-- কালভূ্জ্স--মহা শত্ৰু । এই মহ] শত্ৰুৰ, নিপাত কৰিব লাগিব। মাঁৰাক-- লাগে--চন্দ্ৰগিৰীৰ সিংহাসন লাগে।

(প্রস্থান)

ABI হ।ঃ-_ হা: হাঃ ভুলৰ দ্বাথাই ভুল, শত্ৰুৰ দ্বাৰাই শত্ৰুৰ নিপাত, এই নীতি। সতিনীৰ পুত্ৰ মহা শত্ৰু। এইবাৰ জুই জ্বলিব, আৰু মই “বগম ইন্ধন,--আৰু সেই জুইত আহুতি দিম এটি এটিকৈ চন্দ্রগিবীৰ সকলোটি, বাজ- ংশধৰ। তাৰ পিচত সিংহাসন লাভ,__হাঃ_হাঃ__হাঃ।

(ভিতৰত কান্দোনৰ বোল। ব্যাকুলভাৱে ইন্দ্ৰনাৰায়ণৰ প্রৱেশ )

ইন্্ৰ- সত্যভাম|-- মত্যভাম৷--