1
২৮ জয় পৰাজয় বা উদয়ৰ পথত পপ পপ ০৮৮৮৮৯০৮৮ ০০৭ ধুলিসাৎ কৰা হব। তুমি বীৰ, চন্দ্রগিবীৰ সিংহাসনৰ যোগ্য উত্তৰাধিকাৰী তুমি। ag বান্ধা, মই শপত কৰি কৈছে, মই তোমাক যথাসাধা সায় কৰিম। গৰ্ভধাৰিণী নহলেও মই তোমাব_সক আই, মোক বিশ্বাস sayy
জজিত_সক আই! তুমি জানো মোক পৰীক্ষা কৰিছ৷?
লত্য_নহয় অজিত! বংশৰ গৌৰৱ, দেশৰ মঙ্গল, ভোমাৰ, মোৰ--শিশু দেরনাবায়ণৰ ভৱিষ্যত, সকলে! ভাবি মই তোমাক Cats) তুমি ৰজা| হব লাগিব। মই নিঃসন্তান, পিতাৰাৰ মৃত্যুৰ পিচত তোমাৰ ওপৰতেই মোৰ একমাত্র আশা, সহোদৰ হলেও তুমিতে! নাজান| সি তোমাক সদায় কেনে চকুৰে চাই।
অজিত-সক আই --?
সত্য--সি তোমাক সদায় সন্দেহৰ চকুৰে চায়। তোমাৰ--মৃত্যুই তাৰ একমাত্র কামা ।
অজিত-কিয় -- কিয় _ সক আই?
সত্য--কিয় ? কেনেকৈ বুজিবি অবোধ, কিয়? সবল প্রাণ__ দাদা দাদা বুলি আকুল--অথচ তেনে ভাইকো গুপ্ত ভত্যা কৰিব খোজে ।
অজিভ--কোৱা _ কোৱা সক আই কিয় ? মই তোমাৰ ভৰিত ধৰি শপথ খাই কৈছো--গৰ্ভজাত নহলেও মই তোমাৰ সন্তান তোমাৰ আদেশেই মোৰ বেদ-বাণী।