এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰথম অঙ্ক ২৭
শা শপ ৯ পি পিল ee
অভিত-মীবা! মোক তাধৈধা নকৰিবা৷ বহুতো আগ বাঢ়িছা ত ate বেছি উত্তপ্ত কৰিলে মই তোমাক
মীব।_ তোমাৰ দৰে কাপুৰুষ লম্পটক মীৰাই তুচ্ছ জ্ঞান কৰে। (যান খোজে)
অজিত-স'চা--£? আত্মসমৰ্পণ ভিন্ন জন্য পথ নাই মীৰা — (মীৰাৰ হাতত ধৰে )
মীৰ।--( কাপোৰৰ তলৰ পৰা পিস্তল উলিয়াই ) মীৰাই আত্মা- am) কৰিব জানে। ( আজিতে ভীত ভারে এৰি দিয়ে মীৰ৷ অলপ আতৰি যায়। উপহাস আৰু দুষ্টামীৰ ভাৱত প্রণাম কৰি ) নমস্তে -- দাদা — 1
(গম্ভাব খোজে প্রস্থান) 3
অজিত-ইমান উপহাস এজনী আশ্রিতা ছোৱালীৰ, মীৰা! তোমাৰ BAT সপোন নফলিব। মই তোমাৰ এই স্থখৰ = সপোন ভাডি fan সিদিনা তুমি তোমাৰ বং সাগ্রহে তুলি দিব লাগিব এই--কাপুকষ, a _ গলত, যিদিনা চণ্রগিৰীৰ সিংহাসনত বহিব অজিতনাৰায়
টং