সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্ক ২৫ ০৩-২০-২২৮৮ পঞ্চম দৃশ্য চন্দ্রগিবীব ৰাজ-এাসাদ

(অজিতনাবায়ণৰ প্রৱেশ )

'অভ্জিভ--মীৰবা ! তোমাৰ এই প্ৰত্যাক্ষান মই কোনো ৰকমে সন্থা নকৰিম হলেই বা উদয়নাৰায়ণ এই ৰাজাযৰ-- যুৱৰাজ ; হলেই বা পিতাৰ অভিপ্রায় তোমাক তেওঁৰ লগত বিয়া দিয়া; কিন্তু ময়োতো বাজকুমাৰ, এই ৰাজ্যত উদয়নাবারণৰ যি দানি_গোবো সেই একেই দাবি। তুমি উদয়নাবায়ণৰ অঙ্গশায়িনী হবা_মই তাক কোনো বকমেই সহা নকৰিম। তোমাৰ কাৰণে যদি প্রয়োজন হয়_পিত বিৰোধিতা, এনেকি-ভ্ৰাতৃ হত্যাতো কৃতঠিত নহম।

( মীৰাৰ প্ৰৱেশ )

মীৰ|--দাদ| ! বাণী আই বৰ aga, আজি সাত দিন হৈ গ’ল তথাপি যুৱৰাজ চিকাবৰ পৰা উভতি নাহিল কিয় ?

অভিত-_কি জানো ( বিৰক্তি ভাৱত ) যুৱৰাজক নেদেখি বৰ বলিয়া হৈছ| নহয়? কিন্তু তোমাৰ এই আশা সফল wea তুমি মেকেই বিয়া কৰাব লাগিব মীৰ! ।

মীৱ|--বি -- য়|-- ? (জিভাত কামোৰ দি a7, হেয়; আাচবিতৰ মিহলি ভাব )