২২ জয় পৰাজয় বা উদয়ৰ পথত
ৰতম_-আক-_ছাতী ?
লৈলিক_ মবিছে।
উদয়--উঃ-- ৰতন ! বৰ যন্্রণা। মই বোধহয় নাবাচিম বতন । মোৰ গান শুনা নহল। এবাৰ নেদেখিলে|; তেওঁৰ cae সুন্দৰ মুখখনি। ৰতন! মোক লৈ যাব পাৰ? এবাৰ তেওঁৰ ওচৰলৈ মোক নিব পাব? সেই---গাওঁডেই তেওঁৰ ঘৰ। পাৰ--ৰতন! এবাৰ মাথো এটা গান। ৰতন! মই চিকাৰলৈ আহিছিলো মাথো সেই আশাত কিজানি তেওঁক দেখে| | কিজাঁনি গুনো তেওঁৰ গান।
বিজয্না--( স্বগত ) কি আচৰিত মানুহ, মোৰ গানত ইমান CRE! তেনেহলে তেওঁৰ এই ছুর্দশাৰ মূলত জানো ময়েই। (কি কৰে| কি নকৰে| ভাব)
ৰত্বন--কাৰ কথা কৈছ--কোন--তেওঁ ?
উদয়--নাই, নহয় _একো নহয়।
ৰছন--এনে কৰিছ কিয়? কোনো ভয় নাই--তই সোনকালে ভাল হবি।
উদয়__নহয়_ব্তন! --আশ! মোৰ মনতে যাব । উঃ--বৰ পিয়াহ_-এটোপা পানী ( মূৰ্চ্ছা যায়)
বিজয়।_ভগরান ভগরান__বাচাই দিয়া প্রভু!
ৰতন-_উদয়! উদয়! হা_ভগরান — :
বিজ্জয়|--অধীৰ aaa — আঘত হোৱা ঠাইখিনি ভালদৰে