সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০ জয় পৰাজয় বা উদয়ৰ পথত চির চতুর্থ দৃশ্য ( ষনব মাজ, উদয় আক সৈন্য. চিকাবীৰ বেশে ) [ প্রথমে ভিতৰত ofa শব্দ। হাতীৰ মাত ] উভদয়--গুলি লাগিছে। কিন্তু নমৰিল। সেইয়| পশ্চিম ফালে সৌ জুৰিটিৰ পাৰে পাৰে লৰি গৈছে। বল|--সেই ফালে। কিন্তু সারধান__গুলি যেন ব্যৰ্থ মহয়।

( সসৈন্তে প্রস্থান)

( বিজয়াৰ প্ৰৱেশ ) বিজয়|--চাৰিও ফালে কোঢ়াল লাগি গৈছে। হাতীৰ হাওঁৰণি, বাঘৰ GA, লগে লগে বন্দুকৰ গুৰুম্‌ গুৰুম্‌ শব্দ | শুনিলো, কোনোবা যুৱৰাজ আহিছে চিকাৰ কৰিবলৈ। সিদিনা দেখা সেইজনেই নেকি? —fe সাহসী মানুহ । কেনে সুন্দৰ কথা বতৰ|। গান শুনিবলৈ ইমান হেপাহ, ছিঃ কি ভুল কৰিছে৷ --গান এটা গাব কলে--তাকো নাগালো। কিমানৰ আগত কিমান গান গাওঁ--কিনে| লাজে হেচা মাৰি ধৰিছিল; এটা গানে| গাব নোরাৰিলো। সিদিনা তেওঁ নোহোরা হলে মেৰ যে কি গতি হ'লহেতেন।

(লাহে লাহে এডাল গছত আউজি গীত গায়) মোৰ অচিন দেশৰ হৃদয় দেৱতা, হিয়া কাঢ়ি লই গ'ল। নিমিষৰ দেখা অচিনা অলেখা দেখ| দি নেদেখা হ'ল।