সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্গ ১৭

০০০০০ ০৩ শি সস (সত্যভামাৰ প্রবেশ)

জত্য- এনেদৰে মন মাৰি বহি থাক কিয় সোণ ? দুঃখ কৰিলে কি হব! তইতো যুৱৰাজ নহয়_যে তোৰ মন বুজি শান্তি দিবলৈ কোনোবা আছে । কি অন্যায় এই পৃথিবী- খনত। কিমান সক ডাঙৰ ভার | তই যুৱৰাজ নহলিয়েইব! একে ভাইতো ? আৰু সকটোক বেছি হে মৰম কৰিষ লাগে। যুৱৰাজৰ লাহ-বিলাস, খেলা-ধুলাৰ ওপৰিও আছে মনৰ দুখ বুজিবলৈ মীবা ! আলপৈচান ধৰিবলৈ আছে__গাভক স্রন্দৰাবোৰ। তোব তো কোনো নাই হতভাগা । ভাবি ভাবি মনটোক কষ্ট দিয় কিয় ? তথাপিও কিমান কথা £

অভ্জিভ--কি কথা সক আই ?

জভ্য- তই মীৰাক নামাতিবি। এই কাৰণেই উদয়ৰ তোৰ ওপৰত বৰ ৰাগ। কি ঠিক মদাপীটোৰ ; তাৰ মনত ভাইৰ মৰম নাই। সি কেতিয়াবা টোপনিতে তোক গলত টিপি মাৰি থব। যিহে অপ্নবীজনী:--তাই অজিত- কুমাৰৰ ভবি-ধুলিৰো যোগ্য নহয়। তথাপিতো কিমা যে ভেম্‌। পাৰিলে তাইবহে Feat sara কৰিৰ লাগে।

অজিত-ব্যরস্থা! কি ব্যবস্থা?

সত্য_ তাইৰ দৰ্প চুৰ্ণ কৰিব লাগে। এজনী ছোৱালীৰ-- ইমান স্পৰ্দ্দা'্ু তাই অঙ্গিতৰ দৰে কুমাৰক কৰে-- অৱহেল৷|। উদয় যুরবাজ--ভাগ্যৰ বলত, কিন্তু বলে,