সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্ক ১৫ নি ০২ ২ বিজয়া হয়_ নমন্তে__ (প্রস্থান ) উদয়_বাক যোৱা! - কি মধুৰ এই বালিকাব গান, কেনে স্থন্দব কথাবোৰ। নই বাম, চিকাৰলৈ যাম__তেওুৰ লগত আকৌ দেখা হব। আকৌ তেওঁৰ গান শুনিব

পাম। (বঙনব প্রৱেশ ) বতন--উঃ ৰাম-- ; বিচাৰি বিচাৰি হাইবান্‌ সিফালে দেউতা বাগতে afer কলে চিকাবলৈ যাব; তই আহিলি গান শুনিবৰ ।

উদয়_গান শুনিব ? কোনে কলে-- ? সেই মীৰাই! নে তই? তইতবো যে--কথাবোৰ--যা,--য|, চিকাৰত যাম __এতিয়াই। তয়ে৷--যাব' লাগিব৷ সকলে৷ জোগাৰ পাতি ঠিক কবগৈ॥ মই গৈছিলে৷-- সৌ ১১০ তই যা দেৰি নকৰিবি ৰুজিছ ? (প্রস্থান )

ৰতন--মোৰ চকুতে| ধুলি মাৰিব খোজ্ে--ভাবিছে, বুঢ়া হলে! বুলি গোন্ধো নেপাওঁ কেচুৱাৰ পবা কোলাত তুলি ডাঙৰ কৰিলে|, মইহে নিচিনো তোক ? (প্ৰস্থান )

(পট পৰে)