১৪ জয় পৰাজয় বা উদয়ৰ পথত
—
পাপ OCR HSE EOE পপ
বিজয়া প্রাসাদৰ পবা? আপুনি তেনেহলে--কোনোব| ৰাজ- কুমাৰ নহয়_মন্ত্রী-কুমাৰ হব।
উদ্য়_বাজকুমাৰ। মই এই বাজাৰ যুববাজ।
বিজয়।_যুরবাজ! কেনে ধৰণৰ যুববাজ আপুনি? যুৱবাজে জানো বাটে ঘাটে কুলী, মালা, মেতব, ধোবাৰ দৰে -__বাটকরা ছোরালীব গান শুনিবলৈ আহে ?
উদ্য়--আহে ! যুরবাজে মানুহ! তাবে কানত বাজে সঙ্গীতৰ স্থুকোমল লয়-লাস ছন্দ। বাৰু; তুমি জানে| এটা গান গাবা ?
বিজ্য়|-গাবর পাৰো। কিন্তু gation) অনুৰোধত গোরা গানত কোনো মাধুর্ধা নাপাব__লাপুনি। আপোন মনে গোরা গানতহে প্রাণৰ দবদ থাকে। আৰু যুরৰাজ ! মোব ওচৰত, বাটৰ কাবত এনেদৰে ঠিয় হৈ গান শুনা আপোনাক নুশুৱাই। মই বৰং আন এদিন আহি yaa পৰাই গান গাম। আপুনি প্রাসাদৰ ভিতৰৰ পৰা শুনি থাকিব।
উদয়--ব|লিক৷ |. তোমাৰ গানতকৈও তোমাৰ মুখব কথা যেন cafe’ মধুৰ —1
(চকুই চকুই পৰে; বাপিকাই তলমুব কৰে) বিজয়া_ আপুনি যাব ষুৱৰাঙ্গ! সৌৱ| লৰি আহিছে--মই আহিলে৷ ৷ উদয়--ৰতনপুৰলৈ যাব৷?