সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্ক ১৩

eee een ৬০ renee See eee

উদয়-__যা,_-যা পশুৰ দল--কোনে৷ দিন যেন এনে পাশবিক আচৰণ কৰিবলৈ Gos হোৱাৰ পূর্বে মোৰ এই চাবুকৰ একে৷ একোটা কোব মনত পৰি তহঁতৰ গাৰ নোম শিয়ৰি উঠে। যেন--শান্তিৰক্ষকৰ coe দায়িত্ব কি- ভালদৰে বুজিব পাৰ৷ যেন--জ্ঞান হয়, ৰাজদত্ত বেতনৰ মূলা কিমান বেছি--। যা।

( হাৱালদাৰক পদাঁঘাত কৰে। চন্তবীৰ সৈতে নকলোটিব প্রস্থান )

উদয়--তোমাৰ নাম ? তোমাৰ পৰিচয়?

বিজরা_নাম আৰু পৰিচয়ৰ কোনো প্রয়োজন নাই ডাঙৰীয়া; মই এজনী বাটৰুৱা ছোৱালী ৷ বাটে, ঘাটে; গাৱে- ভূয়ে গান গায় ফুৰো৷-- ইমানেই |

উদয়--তোমাৰ ঘৰ?

ৰিজয়|-- ৰতনপুৰত |

উদয়__(স্বগতঃ) ৰতনপুৰ! মই চিকাৰলৈ যাম। (প্ৰকাশ্যে) আজি তুমি ঘৰলৈ যাণা ?

ৰিজয়|--এতিয়াই লৰি আহিলেই যাম।

উদয়--ব|ৰু! এনে স্তন্দৰ গান গাবলৈ তুমি ক’ত শিকিল৷?

বিজয়।_নুন্দৰ ? দুৰ--মোৰ গান জানে৷ ভাল মানুহে শুনে?

উদয়--শুনে বালিকা! Alater ভিতৰ্ৰ পৰাই মই তোমাৰ গান শুনি মুগ্ধ হৈ লৰি আহিছো। বৰ আকর্ষণ তোমাৰ গানৰ ৷