১২ জয় পৰাজয় বা উদয়ৰ পথত সিকি উদয়--এৰ| ! চবিত্রবান, শ্যায়নিষ্ঠ, শান্তি ৰক্ষক ate কৰ্ম্মচাৰী !
চাওঁ তোমাৰ গালখন, ইমান ৰঙা পৰিছে কিয়? নিশ্চয় গুৰুতৰ অপৰাধ হৈছে এই বালিকাৰ ৷ = কাৰণ নিজকে তোমালোকৰ কামনাৰ বহ্তুতি আহুতি নিদি দিছে yea চৰ। এতিয়া যোরা তেওঁৰ ভৰিত ধৰি ক্ষমা ভিক্ষা খুজি নিজ কৰ্ম্মস্থানলৈ যোৱা। হাৱাল--কোনহে তুমি ? এজন চল্ডৰী-বজলৰুৱা--গুণ্ড৷ |
আন এজনে--ভৰুৱা,-- দালাল | আন এজ্বনে--মাতাল,-জুৱাচোৰ, । আন এজনে--বাজে আদৃমি।
হাৱাল-- আমাৰ কাধ্যত বাধা দিবৰ কি অধিকাৰ তোমাৰ ?
এই! বান্ধ ইয়াকো। বৰব|বুক গটাই দিম। (এজন চন্তবা আগুৱাই ) উদয়--বাঃ--সাহসতে| কম নহয়, ববি বেইম|নৰ দল, তহঁতৰ পিঠি মই চাৰুকেৰে এনেদৰে (oS কৰিম যেন কোনো দিনে এনেদৰে কুকাধ্য কৰিবলৈ তহঁতৰ প্রবৃত্তি নহয়। ভিক্ষা জীবি awa নাৰীৰ ওপৰত এনে অত্যাচাৰ ? [ হাৱালদাৰৰ হাতৰ চাবুক কাঢ়ি আনি সকলো৷ কেইটাকে ভীষণ কোব শোধায়; বেছিকৈ হাৱালদাৰক। দৰ্শকবোৰ পলায়--পলাবৰ সময়ত এনে এটা ভাৱ দেখুৱাই-কোনহে এইটো]