সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অন্ধ ১১

ডলা SET OE

হাৱাল--কিয়--এৰি নিদিম ; আজি বাতি গান গাবা, আৰাম্চে খাবা, টকা লবা--ৰচ । ১ম চ'ল্ডৰী--কাল খুব--ফজিব ফডজিব, তুমকে৷ চোৰ দেয়গা। আঅ৷ভি চলে|, হাৱালদাব চাহাবকা দ্বিল বহুত বৰা আছে উন্কো খুচি ল৷গাওঁ ! চলো মেৰী দিল। ( কাষলৈ গৈ ওঠ জোকাবা দিয়ে) হারাল- কিয় মিছাতে দিগ্‌দাৰি দিছা ? বলা! মই তোমাক বৰ ভাল পাই পেলাইছে৷৷ (গালৰ ওচৰলৈ মুখ নিয়ে। চুমা খাব খোজে ) ৰিজয়া--কি-- ( সজোৰে চৰ মাৰে) চু ৯ম bea মাগী-_-কচ্বি। হারাল-( দুয়ো হাতে ঠাপ দি ধৰি) এই athe চাওঁ কোন বাপেকে ৰক্ষা কৰে। (চন্তবী আগুৱাই ) < | ইমান সময়ে যুৱৰাজে অলক্ষে ঠিয় দি চাই আছিল। প্রৱেশ বৰে] উদ্জয়--থামা বীৰ পুৰুষ সকল; হাত এৰি দিয়া) প্রেমিক চুৰামণি। জানিব পাৰোনে কি অপৰাধত অপৰাধী এই বালিকা ? হাৱাল--এই মাগীয়ে ৰাটে ঘাটে alee ভুলাই পয়চ| আদায় কৰে। সদৰ ৰাস্তাত গুণ্ডাবোৰক লৈ হৈ হাল্লাৰ স্থষ্টি কৰি নাগবীকৰ চৰিত্ৰ আক শান্তি ad কৰে।