এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১০ জয় পনাজয় বা উদয়ন পথত
বিজয়া-_ব্তনপুবত |
৯ম চন্তবী_খতনপুবতো বহুত তফাৎ আছে। পান্কা পচিশ মাইল তফাৎ । পাইদল কেইছে যায়েগা।
বিজয়া--লৰি আহিলেই ata)
হাৱাল--লৰিতে৷ ইয়াত নপোৱা, aba ফেগুলৈ বলা; আমি লৰিত তুলি দিম। তেতিয়া হলে তুমি ভাৰাও দিব নেল|গে ৷
বিজয়া--নাই; নহয়; মট ইয়াতেই থাকিম, হাত দাঙিলেই লৰি থামিব
২য় চন্তৰী--( ওচৰ চাপি গাত হাত নি ইঞ্জিত কৰে ) বল! at— অনেক টকা পানা ৷
ৰিজয়া--আতৰি যোৱা! কৈছে| cad) মোক দয়া কৰি ইয়াতেই যদি কোনোবাই দুই ঢাবি অনা পইচা দিয়ে সেয়ে-যগেষ্ট | তোমালে|কৰ টক! মোৰ হজম নহব।
হারাল-বলা বলা_কৈছ্ো_-ভাল নহব।
১ম চন্তৰী--তুম্লেগি কা! দেখনা__ভাগ__ভাগ।
হাৱাল--হাতাওঁ--হাতাওঁ সব-- (তাইৰ হাতত ধৰে )
' চন্তৰীবোৰে সকলোকে ধৰু! গতি দিয়ে ]
হাৱাল--বল৷ | থানাত যাব লাগিব। বিজয়।_মোক এবি দিয়া; মই ঘৰলৈ যাঁম।