এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮ জয় পৰাজয় বা ead পথত
এম সম ত শসসদ শসভ ০৯০০০
eee eee
ভোকৰ তাৰণে ভিক্ষাৰ কাৰণে মাগি ফুৰে| দিন মান। কোনেও নিদিয়ে কান ॥
(কিছুমান বজকয়| ধৰণৰ দর্শকে বিজয়াক আগুৰি বহে frees wife খায় আৰু HY শুনে আমোদ ZF ভারত। বিজ্য়াৰ প্রতি এট! লোলুপ দৃষ্টিৰ সাঁচ থাকে--সিইতৰ মাজৰ ছুই তিনি জনৰ চকুত। দর্শকবোবৰ কেইজনমান কুলী_মালী শ্ৰেণীৰ আক ছুই চাবিজন বাজে বজকর] ডেকা )
[ হারালদাৰ সহ কেইজনমান চত্তবীৰ প্ৰৱেশ; মদ খায় গ! CANE থেলাই ] হাৱালদাৰ--কি--কি-- হৈছে ইয়াত? এজন দৰ্শক--এ--গান--গান--হুজুষ--বৰ চমৎকাৰ | [ লগে লগে আন এজনে নিজৰ গাৰ কাপোৰখন পাৰি বহিবলৈ দিয়ে]
হারাল-__আচ্ছাঠিক আঁছে। আমি থিয় হৈয়ে শুনিছে" । কোনোব| অফিচাৰ আহিব পাৰে। (চন্তৰীৰ ফালে চাই)
( চন্তৰী কেইজনে ষোটলেৰে মুখত ঢালি অলপ অলপ মদ খায় আৰু মাজে মাজে_বাঃ বাঃ-- বা: কি--গুলজাব, fe “ee )