সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ জয় পৰাজয় বা উদয়ৰ পথত

০১ হিসি ক ৩

ইজ্জ্- কৰিছে! তোমাৰ মূৰ! উদয়ক তুমিয়েতো এইদৰে নষ্ট কৰিলা। অত্যাধিক স্নেহ কৰি তাৰ মূৰ খাল! তুমি। ৰঞ্জাৰ লবা হৈ ক’ত ৰাজনীতি চর্চা কৰিব, অন্ত্র-বিষ্ভা শিকিব, কৰিছে-- অভিনয় চর্চা; দেৱালত ক’ত ৰাখিব দেৱ দেৱীৰ ছবি, জাতীয় নেতা, মহাপুৰুষৰ ফটে|--তাৰ ঠাইত আৰিছে অভিনেত্রী সকলৰ ৰঙ্গীন ফটে। সি পঢ়িব লাগে বাজনীতি মূলক, সমাজ সংস্কাৰ মূলক পুথি-পঢ়িছে--প্ৰেম ৰসে ভৰা নাটক; মোৰটো সন্দেহ হয়?

লক্ষী--কি--সন্দেহ হয় ?

ইন্ত্র__ তাৰ চৰিত্ৰ-- যাক; ডেকা লৰাৰ পক্ষে এনে ধৰণৰ পুথি পঢ়া, এনেকুৱ৷ ছবি চোৱা--মুঠৰ ওপৰত এনেধৰণৰ সকলো! প্ৰকাৰ চচ্চাই__বেয়া ; এতিয়াই মই তাক কলো-- ৰতনপুৰত বনৰীয়| হাতী নামিছে, চিকাৰলৈ যা! সি গল গান শুনিবলৈ; মোৰ কথাত কানেই নিদিলে।

লক্ষী_উঃ__এনে অপদার্থক গৰ্ভত ধাৰণ কৰিছিলে|- মোৰ স্তন দুগ্ধত পৰিবদ্ধিত হৈ--সি ইমান হীন।

ইন্দ্ৰ = অমুশোচনাত কোনে! লাভ নাই। তাক বুজাবা। সি এতিয়া উপযুক্ত হৈছে। ৰাজকাধ্য চলাব লাগে। এই- বোৰত তাৰ কোনে! লাভ নহব। অ’--ৰ’বা৷--তাক অভিনয় চাবলৈ যোৱা একেবাৰে বন্ধ কৰি দিবা । ৰঙ্ষীৰ