জয় পৰাজয় বা উদয়ব পথত
উদয়--বাঃ কি সুন্দৰ গান। (গান অনায়ে থাকে, খিৰিকি
মুখলৈ আগুৱাই যায়) ( ইন্দ্ৰনাৰায়ণৰ প্রৱেশ )
ইন্জ- উদয়!
উদয়--( চমকি, ভাব লুকাব খোজে) — পিতা -_ 1
ইজ্জ-- ৰাজধানীৰ পৰা ২৫ মাইল দুৰত ৰতনপুৰ নামে পার্বত্য গাওঁ এখনত এটা ৰনৰীয়া হাতী ওলাই নাগৰিক সকলৰ অনেক ক্ষতি সাধন কৰিছে। সেই হাতীটে! মাৰিব লাগে। তুমি এতিয়াই--ফৌজ আৰু প্রয়োজনীয় গোলাবাকদ লৈ -- তালৈ যাত্রা কবা।
উদয়--মই নোৱাৰে৷ -- 1 (কও নকওঁকৈ কয়)
ইন্দ্ৰ- কিয়?
[ গান আগতকৈ স্পষ্ট হয় ]
উদয়--পিতা! ম--- ই -- (wile দি পলোর। ভাবত আতৰি যায়। ) (প্রস্থান)
ইন্দ্ৰ -হ’ল কি? — উদয় — উদয় -- ( falas হৈ চিন্তিত ভাবে কোঠাতে সোমাই পদচাৰণ কৰোতে চকুত পৰে দেওঁৱালৰ ছবি আৰু টেবুলৰ খুলি cata নাটক খনত। নাটক হাতত লৈ) হু__ ৰোগে চুইছে -- কঠিন ৰোগ। (নাটকখন টুকুৰা-টুকুৰকৈ ফালি পেলায়) মীৰা! উদয় ক’লৈ গল জান?
মীবা_বোধ হয় বাহিৰত গান, শুনিবলৈ।