সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ জয় পৰাজয় বা উদয়ব পথত হি "= >" এৰ ৰভন--হৈছে; এতিয়া| কোনোবা দিনা ৰাজপ্রাসাদ এৰি ৰঙ্গমঞ্চত মুঠিলেই হয়। ক'ত ৰাজকাধ্য শিকিব, অন্ত-বিদ্যা শিকিব, ধৰিছে অভিনয় চর্চ্চাত-- দিনে ৰাতি কেৱল এই সোপ৷। ন

[বাহিৰৰ পৰা এটা গানব স্থুষ বতাহত উটি আহে, এনেতে মীৰাব প্রৱেশ ]

মীৰাযুরবাজ | — যুৱ -_

ৰভন--( ইন্গিতেৰে বাঁধা দিয়ে ধেমালি চোৱাৰ ভাবত) -চু-প

উদয়--( চকিত cena দি তন্দ্ৰামগ, যেন সপোন দেখিছে, এনে শঅৰ্দ্ধনিদ্ৰিত ভাবত কৈ যায়) আহা হা_-কি সুন্দৰ, _কি মধুব, কেনে প্রাণস্পর্শী ! কোকিল কণ্ঠক কৰি অপমান--কোন নন্দনৰ দেরবাল। gael বর্ধি অমিয় বঙ্কাবে_মানস Gas মোৰ কৰিলা প্রৱেশ? কিয়? কিয় বালা অনাভ্ত এই আগমন ?

[ ৰতন আৰু Tala হাহি উঠিব খোছে ; বলেৰে হাহি বন্ধ কবি oral দুকাবে গৈ ঠিয় হয়। Fa সগ্মুখৰ ফালে ] উদয়--( আগৰ ভাবত ate! মেলা চকুৰে ) কোন--কোন--তুমি ? 'মীৰ|--( মীৰাৰ বৰকৈ হাহি উঠিব খোজে, দীত চিপি বন্ধ কৰি দুষ্টামিৰ gas কয়) _-মী_-ৰা-_