সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অন্ধ ১৪৭ ০২১২-০২-১২ মই গুছি ঘাম কত দুবে আজি সীমাহীন পথবেখ!

পথিক মই যাম অকলে বুকে লৈ তোমাৰ স্মৃভিৰ বাথা__ স্থান দিবা মোক অন্তৰে ।

জিবি গৈ থাকে, সী ববি 1 অদৃশ্য হোৱাৰ লগে লগে কে

উদয়-- বিজয়! — বিজয় — (উদ ব্ৰ বিচলিত হয়)

ৰতন-- বিচলিত হলে নহব ভাই-= পাঁরীণেৰে? বুকু ৰে সকলো আঘাত নীৰৱে সহিব লাগিব--জনক-নন্দিনী অগ্নিশুদ্ধ৷ সতী সীতাক কলিঙ্কিনী সজাই পাতালত নিক্ষেপ কৰিছিল এই সমাজে _ ই যে আমাৰ চিৰ- পুৰাতন সনাতন হিন্দু সমাজ ।

উদয়-- হিন্দু সমাজ! হিন্দু সমাজ ! সবলে গঢ়া শাসন-যন্ত্ৰৰ নিষ্পেষণত শতখণ্ডে বিভক্ত৷ — শত বিৰহীৰ ব্যথা নিঃশ্বাসত অভিশপ্ত এই সমাজক মই ভাঙি নতুন সাচত গঢ়িম — সেয়ে হব মোৰ জীৱনৰ সাধন|। বিজয়া, তোৰ সঙ্গীতত জ্বলি উঠিব মোৰ অটল প্রতিজ্ঞা-_তোৰ ত্যাগত খহি পৰিব সমাজৰ শু,পীকত আবর্জনা । বিঙ্গয়| — বিজয়া] —

(বেগে প্রস্থান )