এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৪৬ জয় পৰাজয় বা উদয়ৰ পথত
তত,
১ পপ পপ আপা
পৰা । মোক নলাটানিবা__দুনাই তাৰ মাজলৈ নাটানিব| বাইদেউ!
মীৰা-- মোক অকলে এৰি কলৈ যাবি ভনী ?
বিজয়|--কলৈকে| নেযাও বাইদেউ _ মোৰ আত্মাই চিবদিনে তোমাৰ লগত উমলি ফুৰিব। আৰু মহাৰাজ, আঁমাৰ বিয়া সমাজৰ বাধাৰ বাহিবত। বিয়া আমাৰ হৈ গৈছে মনে, মনে, মিলন আমাব হৈ গৈছে আত্মাই আত্মাই__তাৰ ওচৰত মৰণশীল মাটিব দেহাৰ মিলন তুচ্ছ। সিপুবীত মই আপোনাক অপেক্ষা কবিম।
বতন-: (কান্দো কান্দো হৈ) ইমানবোব বথা তোক কোনে শিকালে হতভাগিনী ?
বিজয়া--ঘাত প্রতিঘাতে, জীৱনৰ পৰাজয়ে। মীৰ| বাইদেউৰ অপৰিসীম ত্যাগ আৰু তেওঁৰ উপদেশ মোৰ আদর্শ । মোৰ অপৰাধ নলৰ --- হাহিমুখে মোক সকলোৱে বিদায় দিয়ক। ( ৰতনক সেৱা কৰে,--তাৰ পাছত মীৰাক শেষত
উদয়নাবায়ণক সেৱা কৰি গায়)
শীত মাথে দুটুপি চকুলো দিব| মোৰ চিতাৰ উপৰে--
বুকে যাৰ স্থান নহ’ল স্থান দিবা তাক অন্তৰে--