এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পঞ্চম অঙ্ক ১৪১ লো পনি দাদা ( বিজয়াৰ গাটো জোকাৰি দি) ভুমি নামাতা কিয়? মই তোমাক acd বুলিম নহয়--উঠা- উঠ|-- বিজয়।--সোণটি মোৰ--মাতা--মাতা এবাৰ মাথে, শেষবাবলৈ এবাৰ মোক নবৌ বুলি মাতা। আৰু--আৰু হয়তো তোমাক মৰম কৰিবলৈ সময় নেপাম — মাতা — মাতা সোণ — দেৱেন-- কি হৈছে তোমাব__কান্দিছা কিয়--দুৰ, মোৰ আগত সকলোৱে কান্দে _ (কান্দে) উদ্য়__ কান্দ _- কান্দ ভাই — বিজয়া_ময়ে তোমালোকক কন্দুরাইছো ফোণ_আহাআহা মোৰ বুকুৰ মীজলৈ আঁহা _-। মীবা- বল ভনী, কান্দিলে কি হব! (কৰুণ স্থৰ) (বিজয়াক লৈ মীবাৰ আক দেবেনক টৈ উদয়ৰ প্রস্থান)
সপ্তন দৃশ্য
— প্রাসাদ —
ৰতন-- দুখ কৰি লাভ নাই ভাই — আমি হিন্দু যেতিয়া সমাজব শাসন মানিবই লাগিব। তাতে তই I