সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪০ জয় পৰাজয় বা

ক ও বশত কও ee OTT ee ৫০ net Hc, কত RE IES

Et Ui— seg কওক সমজুৱাসকল - পো

CAAA! Few আপোনা অকলে আমাৰ পূৰ্বৰ-পুৰুবে মানিলে থে লগীয়া হৈছে৷ ।

FE গুঃ--শুনক — শুনক warty — এই বিয়া aed — এই

বিয়া asa)

বিজয়|-- ও: ভগবান! ভগৱান! ( মৃচ্ছিচাৰ দৰে ঢলি পৰে, উদয়ে সাৱটি ধৰে )

উদয়-- বিজয়া- বিজয়া __

Ei শুঃ--আহক পুৰোহিত, আহা ব্ৰাহন্মণসকল, এই faa বিধিমতে সম্পন্ন হৰ নোৱাৰে । জামি হিন্দু। হিন্দু আচাব আমাৰ জীরনতকৈয়ো শ্রেষ্ঠ ।

( পুৰোহিত আক ক্রাহ্গণদকলৰ সৈতে কুলগুকৰ প্রস্থান )

দেৱেন-- দাদা — দাদা — কইনাঁৰ কি হল? কি হ’ল নৌ?

(মীৰাক সোধে ) নোকোৱা কিয় ? বামুণবোৰ

উঠি গ’ল কিয়? বৌ -- দাঁদা_- সৰু আই --

উদয়-- আজিত। ৰতন -- যা ভাই নগৰ আনন্দ কোলাহল বন্ধ কৰি দে। আই তুমিও যোৱা ।

(অভিত, বতন, সত্যভাম! আৰু নিমন্বিতসকলৰ প্ৰস্থান )

দেৱেন দাদা — দাদা — কি হৈছে--সকলোৱে কান্দে কিয়?

সক আই কন্দছে -- অজিত্দাই কান্দিছে -- তুমি

কান্দিছ| --- বৌটিয়ে কান্দিছে -= কি হ'ল? কি হ'ল