সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অন্ধ ১%৯

EEE OOS ERR REET OT RE OES Re

2

=B2 2১8 খে

a

অসস্তৱ — মোৰ বর্তমানত সি হব নোৱাৰে। বিয়াৰ নামত এনে বাভিচাঁৰ মই হব নিদিম বিশেষতঃ এই ৰাজ পৰিয়ালত । আপোনাৰ বংশ মর্ধ্যাদা আছে মহাবাজ। আপোনাৰ উপযুক্ত ক্ষত্ৰিয়াণী ধৰ্ম্ম-পত্নীৰ কথা এবাৰ স্মৰণ কৰক।

বাভিচাৰ -- ই ব্যভিচাৰ নহয় গুৰু -- আপুনি সন্মত নহলেও বিয়া প্রকৃততে সম্পন্ন হৈ গৈছে। সন্মুখত সেই ais, আন্তৰীক্ষৰ তেত্রিশ কৌটি দেৱতা আৰু নৰৰূপী নাৰায়ণ এই সমাজক সাক্ষী কৰি মনে প্রাণে মই তেওঁক গ্রহণ কৰিছে| |

১৪ গু: নহয়-__নহয়, হব নোৱাৰে--হব নোৱাৰে, পুৰোহিত i

সমবেত BAF ?

অসকলে-- হব নোৱাৰে — হব নোৱাৰে । বলুহঃ ওঃ--মহাৰাজ ! আপুনি মোহত অন্ধ হৈ স্বৰ্গগত AA

উদয়--

পুৰুষক নৰকগামী কৰিব ওলাইছে, সনাতন হিন্দু ধৰ্ম্মৰ ধ্বংস আনিব খুজিছে। মই সমাভপতি আৰু ধৰ্ম্মৰ ৰক্ষক হিচাবে ঘোষণ1 কৰিছে| এই বিয়া ধৰ্ম্ম-বিৰুদ্ধ । আপুনি ৰজা হলেও Wee আদেশ ধৰ্ম্মানুষ্ঠানৰ সময়ত মানি লবলৈ বাধা ।

আপোনাৰ এই কৌটিকলীয়া নীতি আজি বদল কৰিবৰ সময় হৈছে গুৰুদেৱ ৷ আজিব AAA সমাজে সঙ্কীৰ্ণতাৰে ভৰ| জাতিভেদ নেমানে |