সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৬ জয় পৰাজয় বা উদয়ৰ পথত

পপ পপ পতল wan শক লা (,বতনে ছুরোজপকে নমঙ্কাৰ জনাই মন্দিৰৰ দুৱাৰ দলিত আঠু লয়) ৰতন-- হে বিপদবাৰিণী আই কালী! সদয়া হোৱ৷ দেৱী! তাৰ মুখৰ হাঁহি দেখিলে মই বুঢ়াৰো শান্তি৷ (প্রস্থান) (মন্দিৰৰ ভিতৰত শঙ্খ, ঘণ্টা. ববকাহ আদি বাজি উঠে? পুৰোহিতে মন্ত্ৰ উচ্চাবণ কৰে। বাঠিবৰ পৰা| সেইবোৰ শুনি ) — পট পৰে —

ষষ্ঠ দৃশ্য

— প্রাসাদ প্রাণ — (স্ন্সজ্জিত বিয়াব ৰভাৰ তলত যথা স্থানত বহি আছে নিমন্ত্ৰিত সম্ত্ান্তসকল, Pala কালিয়াই বাজনা বজাইছ্ছে, বেও বাজিছে, একাষে বহি আয়তীসকলে বিয়া নাম গাইছে, ৰাজগণদকলে, পুৰবধু সকলে, সৰু সৰু লবা-ছোরালী- বোৰে ফুলজাৰি বোমা আদি উবাইছে | ৰতনে দেৱ- নাৰায়ণক কান্ধত লৈ নচুৱাই ফুৰিছে। দ্েৱনাৰায়ণে এডাল ফুলব তাৰত জুই দি ৰতনৰ মুখৰ আগত ঘ.বাই দিয়ে। বতনে তাক মাটিত খক্‌-মকৃকৈ নমাই দিয়ে।)

ৰতন-- দেখিছ দেখিছ দুষ্টামি-- তোৰ — ( দেৱেন্দ্ৰনাবায়ণে সেইডাল ৰতনৰ গাৰ কাষলৈ আগুৱাই

দি ধেমালি কৰি ৰতনক Yate লৈ ফুৰিছে )