পঞ্চন অঙ্ক ০০-২২-২০2২ বাহাৰ স্লৃবত মই থাকিম সদায় তোমাৰ মুখনি চাই ভাল পোরা মোৰ লীন হৈ যাব ৰু স্মৃতিৰ তাল গঢ়িলে কি হব দুদিন পাচত fae ভাঙি যাব নটুকিবা চকুলে৷ হায় মোৰ চিতাৰ sass _ উদ্য়-- বিজয়াই গাইছে? কিন্তু তেওঁৰ গীত আজি ইমান কৰুণ কিয়? যেন স্তপীকৃত ছুর্ববহ বেদনাৰ বোজাত হিয়া ধুনি ককণ বিননি তুলি কান্দিছে তেওঁ, কিয়? fear তেনেহলে — বিজয়াই — বিজয়াই জানে৷ — বিজয়া -- বিজয়! -- (দূৰত বি্য়াক দেখি ব্যগ্রভাবে প্রস্থান) ভিতৰত উদয়-_ছিঃ হিঃ পাগলী - কান্দিৰ নেপায় নহয়, কথা শুনা -- বিজয়া ( দুয়ো| প্রৱেশ কৰে উদয়ে কান্দি থক| বিজয়াৰ মূবটে| ৰাহুৰ মাজত সোমাই লৈ বুজনি দি কয়) আজি কান্দিব নেপায় পাগলী! অমঙ্গল হব। এইমাত্র জ্যোতিষী ব্ৰাহ্মণে লগ্ন কৈ গল --_ পৰশু গোধূলি লগ্নত, আজি চকুপানী পেলালে বৰ দোষ। চাও বহাচোন বহা। ( চকুপানী মচি চেয়াৰ এখন টানি আনি বহে আৰু আঠুত মূৰটো পেলাই লৈ বিজয়াকো আন এখনত বহায়। মুবটো পিহি
পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১৪৯
অৱয়ব