পঞ্চম অঙ্ক ১৯৯
সপ ৫০ ক ec
জেটাতিষী_হহা পৰশু গোধূলি ante | (জ্যোতিষায়ে হাহ মাৰি সম্মুখৰ বটাখনত উদয়ৰ 28 আৰু পঞ্জিকাখন থলে । চকুৰ বিত চকু জোবা খুলি সোহাত ভৰালে । উদয়ে জেপৰ পবা এখন দহটকীয়া নোট উলিয়াই বটাত থলে। জ্যোতিষী ব্ৰাহ্মণে সম্মুখৰ ছনিৰ পৰ| ga আক চাউল
[দয়ে। উদয়নাৰায়ণে হাত
লৈ উৰন়নাৰায়ণৰ মূৰত চটিন্তাই জোৰকৈ সেৱা কৰে আৰু দুর হলাই দিয়ে। জ্যোতিষীয়ে মন্ত্র মাতে আৰু দুব| চাউল চটিরার়।) নস্ত্ৰ-_ ও কাংডাত কাংড:ত rately পুৰুষ: পুকষস্পৰি ও এবানো দুৰ্ব্বে! ASY ABH শতেনচ। €জ্যোতিষীয়ে মূৰত হাত দি আনীৰ্ব্বদ দিয়ে) ,জ্যোতিষী--কল্য|ণমস্ত্ব ! ভগৱান মহাপ্রভু আৰু নবগ্রহ দেৱতাই মঙ্গল বিধান কৰি মনোভাষ্ট সিদ্ধি কৰি চয় কুৰি বছৰ পৰমায়ু দিয়ক। প্রজাবৎসল হৈ সুখে শান্তিতে "পুত্র পুত্রাদি ক্রমে নিক "ৰাজ্য ভোগ কৰক | ওম্ তত সং, ওম্ তত সৎ । সৰ্ববসম্পূৰ্ণমন্ত্ৰ। (জ্যোতিষী ব্ৰাহ্মণে হাহি মুখে বটাৰ পৰ| নোটখন লয়। দুনিৰ চাউল আক মাঙ্গলিক নাৰিকল আদিও টোপোলাত বান্ধে ) জ্যেতিষী--( হাহি মাৰি বিদায় লোৱা ভাৱত ) পাছে মহাৰাজ-- উদয়-- যাওক দেউ! a, সময় যেন পদধূলি দিব
নেপাহৰে । ৯