এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১২৮ জয় পঝদয় বা উদয়ৰ পথত
পাল গল এদল পপ শা দদা eRe পক সজল দিগ লস পা
বিজয়|--আজি নহয় -- কম অন্য এদিন — শেষৰ দিন_।
(প্রস্থান) ( নীবাই-- বিজয়|--বিজয়| বুলি পিছে পিছে লৰি যায়) _ পট পৰে — চতুর্থ দৃশ্য
— উদয়নাবায়ণৰ প্রাসাদ —
(জ্যোতিষী ব্ৰাহ্মণে ফলিত আক দি লগ্ন চায়, উদয়নাৰায়ণ এখন আসনত বহি থাকে--পিজ্ঞাস্ু-ভাৱত ) ভদয়-- (এটা মিচিকি sf মাৰি স্নুধে ) জোঁবা কেনে দেখিলে জ্যোতিষী দেউ! জে্যাতিবী_হেঃ__হে:__হেঃ একেবাৰে ৷ ৰ'জঘোটক cata তেওঁৰ হ'ল মনুষ্যগণ আক আপোনাৰ দেৱগণ । আৰু ৰাশি--উ-ব বৃষ ৰাশি, গতিকে দুয়ৰে| একে | আৰু নক্ষত্ৰ -- নক্ষত্ৰৰ ফালেৰেও বেচ মিল আছে। (ফলিত আৰু কেইটি আক দি) সুন্দৰ মিলিছে আৰু মনৰ মিল হলে ৰাশি নক্ষত্ৰৰ মিল নহলেও কথ নাই, খণাৰ বচনেও তাকেই কৈছে। উদয়-- বাঁক দিনটো চাঁওকচোন দেউ।_লগ্ন কেতিয়া মিলে? ( জ্যোতিষীয়ে পঞ্জিকা চায় )