সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৬, জয় পৰাজয় বা উদয়ৰ পথত

পা ক সাহ

মীৰা_ কিয় নোঁৱাৰিব| ভনী ? নাৰীৰ ৰূপ--যৌৱন সকলো মিছা। এনেকি জীৱনটোও মিছা_যদি সেই জীৱন যৌৱন সৌন্দৰ্যৰ অন্য ঢালি নিজকে [বলাই দি TE দেৱতা স্বৰূপ স্বামীক সুখী কৰিব নোৱাৰি। বিজয়া--(স্বগত) মীৰাদেৱী ধন্য তোমাৰ নাৰীত্বক--ধন্য তোমাৰ পতি-ভক্তিক যাৰ বাবে তোমাৰ চৰণ তলত আপোনা আপুনি মোৰ মূৰ দে৷ খাই যায়--কিন্তু মোৰ দ্বাৰ৷ জানো সি সম্ভব? তুমি আজন্ম লালিতা পালিতা হৈছো Sata বিলাস-স্তুপৰ ওপৰত যেয়ে-- Saya মোহ তোমাৰ নাই- ধন দৌলত তোমাৰ মনত অতি তুচ্ছ। আভিজাত্য তোমাৰ জন্মগত সম্পত্তি সেয়ে আভিজাতাৰ আকঞ্কা তোমাৰ প্ৰাণত নাই। ভোগ বিলাসিতাৰ ARE তোমাৰ মনত নাই __ কাৰণ শিশু কালৰ পৰাই ভোগ বিলাসৰ মাজেবে ডাঙৰ দীঘল হৈছ|। সেই বাবেই সিবোৰ আজি তোমাৰ বাবে মূল্যহীন ! উচ্চ কুলত জন্মি আশৈশর বাজ পৰিয়ালৰ CRRA ছায়াত পৰিবঞ্ধিত হৈ উচ্চ শিক্ষা পাই যি উচ্চ ভাব ধাৰা তোমাৰ মজ্জাগত হৈছে =- সিয়ে তোমাৰ মনুষ্যাত্বৰ -- তোমাৰ নাবীরৰ ভেটিক এনে দৃঢ় কৰি তুলিছে যে লোভ, মোহ, লালসাৰ শত ধুমুহাইও তাক টলাব নোৱাৰে। কিন্তু মই? মইতো সেইবোৰৰ একোৱে পোৱা নাই । উচ্চ বংশৰ