সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অন্ধ ১২১

০০০০ পল পপ

উদয়-- হঠাতে কিয় এনে হ’ল? (বিজয়ই হাহে) বাক তুমি অলপ সময় শুই থাকা । মই এখন ambulance আনি তোমাক থৈ আহোগৈ। ( উঠিব খোজে বিজয়াই বাধা দিয়ে )

বিজয়।-মোক তাত থৈ অহাতকৈ ইয়াতে মাৰি পেলাওক__ কাৰণ তাত মোৰ স্থান নহব।

উদয়-- কিয় বিজয়া ?

বিজয়৷--কিয৷ আপুনি মোক সেই নিচ্ডন এন্ধাৰ নিশাত আনি এই হম্পিটলত তুলিলে ?

উদয়_ তোমাক মুৰ্চ্ছিতা দেখি।

বিজয়।--এনেদৰে বঢাতকৈ তাতে মোৰ মৃত্যু হোৱাও যে ভাল আছিল। কিন্তু এই কলঙ্ক-_-

উদ্দয়-- কিহৰ কলঙ্ক--বিজয়৷-- {

ৰিজয়৷--এজন যুৱকৰ লগত বি কোনো কাৰণতেই যদি এজনী যুৱতীয়ে নির্ভন নিশী-_

উদ্য়-- থাক--খাক = আৰু কৰ নেলাগে _ঝ'লা মই তোমাক প্রাসাদলৈয়ে লৈ যাম। তাতে তুমি থাকিব| চিথদিন

ৰ মোৰ চকুৰ আগত। তুমি গান গাবা- মই প্রাণ ভৰি = শুনিম। কলঙ্ক যদি আহে মোৰ মূৰতেই আহক। বিজয়া--কিন্তু-_

.উদয়-- কিন্তু--কি বিজয়|-- ? বিজয়) আপোনাৰ স্ত্ৰী-_?