সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

2

ee ও =

পঞ্চম অঙ্ক ১১৯

০ পপর পপ ESS ES

এই ,মলিযন হৈ যোৱা আখৰ কেইটাৰ ফালে চাই ৷

কিমান যুৱকৰ যাচি দিয়া প্ৰে,-ভালপোৱ| লোভনীয়

Seta সম্পদকো ভৰিৰে ঠেলি কিমানৰ লগত লুকা-

চুৰি খেলিছো| মাথো তোমাকেই আশা, কৰি_তোমাকেই

সাধনা কৰি--আজি মোৰ আশাৰ শেষ সাধনাৰ

সমাধি। (পুৰা ছাই কেইটা ভৰিৰে মোহাৰি দিয়ে)

( আকুল ভাবে উদরনাবায়ণৰ প্ৰৱেশ, বাহিৰৰ পৰাই কৈ মাহে) উদয়_ বিজয়া ক’ত--ক’ত বিজয়া__ (বিজয়াক আগত পাই) ভুল নুবুজিবা বিজয়া মই আহিভো- তোমাৰ গান

, শুনিবলৈ আহিছে৷ বিজয়া ! ( উদয়ক দেবি বিজ্য়াৰ মূৰ ঘুবি যায়। এবাৰ তাইৰ গোটেই দেহাটো কপি উঠে। চকু ছুট! wal মানুহৰ দৰে সেত| পৰি যায়। বুকুত হেচি ধৰি অপৰাধীৰ দৰে আপুনা- আপুনি কষ) বিজয়।_উঃ কি কৰিলো--কি কৰিলে| মই যুৱ--মহাৰাজ-- - (বুলি ঢলি পৰে উদয়ৰ আগত হার্ট-ফেইল গোৱা মানুহৰ, দ্ৰে। উদয়ে সাবটী ধৰে ) | উদয়-- বিজয়!-- বিজয়|--ই--কি ? ? হ’ল-_কি--বিজয়|-- (উদয়ে লাহে লাহে বিজয়াক দাঙি লৈ এন্ধাৰ্ব মাজত মিলি গ’ল) * Leon’ পৰে

  • এদ্ধাৰৰ মাজে মাছে বিজয়াক নিয়াখিনি art 4 সহায়ত

ee music ব ফোঁগে দেখালে ভাল হব ।