সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১০ জয় পৰাজয় বা উদয়ৰ পথত পপ ০পনম-ভ-দ-এবঙ-সল-নস্জ এ কেত৮৯স৮.৮৷-৩৮৯, ৩-০ ০৭ (প্রহবীৰ প্রৱেশ )

প্রহবী_ মহাৰাজ! পৃরথ্থীনাবায়ণে আত্মহত্যা কৰিছে | ইজ্স- আত্মহত্যা? যাক-__নিজে নিজৰ পথ বাছি লৈছে। শত্রুতা আচৰণ কৰিলেও তেওঁৰ দেহত আছিল মোৰ পিতৃৰক্ত। ব’ল সকলোৱে মিলি তেওঁৰ মৃত দেহৰ ASTI বারস্থা কৰোগৈ। তাৰ পিচত হব Bray অভিযেক। ( সকলোৰে প্রস্থান ) --পট পৰে-_

চতুর্থ দৃশ্য

— প্রাসাদৰ এক অংশ -- (উদয় আকু ৰতন )

উদর. ৰতন ককাই! ৰতনপুৰ পার্ববত্য অঞ্চলত হাতী চিকাৰ

‘ কৰিবলৈ যোৱাৰ কথা৷ তোৰ মনত পৰে ?

বান অ’--=’ পৰে- পাছে কিয়?

উদ্য়-- এনেয়ে হুধিছো_-বাক ! সেই ছোৱালীজনীৰ সেই যে নামটো বিজয়া নে কি আছিল--তেওঁব কিবা খবৰ জান তই? ( কথাখিনি কওঁ নকওঁকৈ কয়।)