জক লয়
চতুৰ্থ অঙ্ক ১০৭
তাম = ত ৰ অ 97, + < - = sens fast ফিৰি আহিলে তোমাৰ বিচাৰ হব। আজি সেই দিন। তুমি সাজু হোৱা। '_/
জভ্য-- ময়ো তাকেই অপেক্ষা কৰিছে| অলিত। এই কাৰাবাস মোৰ বৰ অসহ্য = হৈছে। তিলে তিলে যেন মই মৃত্যু যন্তণাহে ভোগ কৰিছো। কোর! কি শাস্তি দিবা।
অজিভ-_ তুমিয়ে কোৱাচোন সৰু আই--কি শান্তি তোমাৰ প্রাপা £
অভ্য-- মৃতু)
অভি্চিভ--হাঃ-- হাঃ--হা:--মৃত্যুতে৷ শান্তি নহয়--শান্তি। বাৰু কোৱাচোন বন্দীনি তোমাৰ কৃতকৰ্ম্মৰ কাৰণে তুমি অনুতপ্ত ?
সভ্য-- অনুতাপ নকৰিলোহেতেন অজিত! যদি টি মোক অকলে নিৰ্জ্জন কাৰা-কক্ষত বন্দী কৰি থলাঁহেতেন। কিন্তু বন্দীনিৰ প্রতি, অনিষ্টকাৰী শত্ৰুৰ প্রতি এই আচৰণ কিয়? ইয়ে মোক দিনে দিনে সহস্র মৃত্যু aati দিছে। ( দুচকুৱেদি দুধাৰি চকুলে| বৈ পৰে) মোক মৃত্যুদণ্ড দরিয়া অজিত।
অজিভ _ মৃ--ত্যু-_দণ্ড। কিন্তু---দোষীৰ ইচ্ছা মতে 49 নহয় সক আই। বাক ক্ষন্তেক জপেক্ষা কৰা__সেইয়া বিচাৰক আহিছে তোমাক দণ্ডাদেশ শুনাবলৈ ৷