সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৬, জয় পবাজর বা উদয়ৰ পথত সস ০০ ০৮৮৮৮১০০১০০ ane ছজন মানুহে ঢোল পিটি হর্ণেৰে কৈ বায় __

“আজি বাতি! আজি বাতি!! sar সুযোগ কোনেও নেহেকরাব। ডেকা ৰঙ্গা ভৰাল Age উদয়নাৰায়ণ কেপ্তেইন বাহাদুৰৰ অভিষেক উৎসৱ উপলক্ষে অহা ৰাতিৰ পবা একে বাহে সাত fra ধৰি বিৰাট নাচ. গানৰ আয়োজন আৰু দি “অসম অৰুণ অপেৰাৰ” অভিনয়। নিতৌ afar ৭ বজাৰ পবা ৯০ বজালৈ। তাত অভিনয় কৰিব আধুনিক যুগৰ শ্ৰেষ্ঠা অভিনেত্ৰী কুমাৰী বিজয়াই, আৰু আন আন ন।মকৰ| অভিনেতা অভিনেত্রী সকলে। ৮

(প্রস্থান )

(পট পৰে.)

তৃতীয় দৃশ্য

= bets কাৰাগাৰৰ ওচৰৰ এটা স্ন্সজ্জিত কক্ষ _

সক বাণী, পত্যভাম|, ইন্দ্নাৰায়ণ, উদয়নাৰায়ণ, অজিতনাৰায়ণ, দেৱনাৰায়ণ "আৰু মীব।। (এখন পালেঙত সত্যভাম| এট) গাৰুত হেলান দি ASB! মীৰাই ভৰি লাৰি থাকে)

(অজিতৰ প্রবেশ)

অজ্জিভ-- সৰু আই! এদিন কৈছিলে| নহয় যে দাদাক লৈ

মক