সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অঙ্ক ১০৩

wee meme ce এ ও এন কল eee ee Mee

ডাক্তৰ-- তেঃ--হেঃ--হেঃ আজি মোৰ ওপৰত হস্পিটলৰ পৰ! বিদায় নিদিয়া বাৰে ৰাগহে কৰিছে। ইল্দ- জখম কোন ঠাইন হৈছিল ? টু ডাক্তৰ-- জখম নহয়--বিষ-গেচত তাচেতন হৈ Mama ক্ৰিয়া বেয়া হৈছিল। : ইম্প- আক ভবিষ্যতে কোনো ভয়ৰ কাৰণ নাইতে| 1 ভাক্তৰ-- নাই--কোঁনে৷ চিন্তাই নকৰিব সেই বিয়য়ে। wie সময়তে হাপুনি আহি পালে। আজিৰ পৰা ভিনি দিনব মূৰত লগত লৈয়ে যাব পাৰিব ঘদি তেখেতে চাকৰি কৰিব নোখোজে ৷ ইন্দ্ৰ- চাকবি--তাক আৰু কৰিব নিদিও। ভাক্তৰ-- এতিয়া আপোনাৰ বিশ্রামৰহে দর্কাৰ। ana তিতৰলৈ যাওঁ। কুমাৰ আহক ভিতৰলৈ যাওঁ। ( সকলোৰে প্রস্থান ) --পট AT