এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
চতুৰ্থ অঙ্ক 9309.34
ঘহহ হা ৌো কু (পজিশন A DETTE A
উদ্বয়-- ভালেই হৈছে| মই-_কিন্তু কিয় যে আপোনালোকে ( Hospital ) ৰ পৰা (Discharge) নকৰে?” এনেকৈনো বিছনাত বহি বহি ভাল মানুহ থাকিব পাৰেনে ?
ভাক্কৰ-- হে:_ তে:--হেঃ-- আপোনাক দ্বেখিছে| বিপৰীত বুদ্ধিৰ লেোক। সৈনিকে ফকি-ফুক! কৰি হলেও ছুদিন বেচিকৈ, ( Hospital ) ত থাকিব বিচাৰে ৷ পিছে আপোনাৰ; আমি ৰখাতো বিৰক্তি ? ৷ ৰ
উদ্বয়-- বিৰক্তিৰ কথ৷ নকব আৰু —1
ভাক্কতৰ-- থাওক - থাওক-- এতিয়াতে| আৰু যুদ্ধ নাই, ইমান দিনৰ পৰিশ্ৰমৰ পিচত অলপ জিৰণিৰ দর্কাৰ। মোৰ ইচ্ছা বাকীকেইটা দিনো আপুনি ইয়াতেই থাকক ইয়াৰ পৰাই ঘৰ ঝুলি ৰাওন| হব। _
উদয়-- তাৰ মানে? ৰ:
_ভাক্তৰ-- কিয় শুনা নাই? আৰু ডিন নাজ ৰ
SY ( টি | ইচ্ছানুব্ধপ চাকৰি মানে