সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৮- জয় পৰাজয় বা উদয়ব পথত

পপ শপ ৪৭ ০০৮ ০.৮

  • _ অষ্টম দৃশ্য

= কালী মন্দিৰৰ সম্মুখ --

অজিত-- পিতা বিদেশত — দাদা নিৰুদ্দেশ -- দেবেন্দ্ৰনাবায়ণ

নাবালক | অকলশৰীয়া, অসহায় মই জননী কালীকে! শক্তি দিয়া-যেন এই আসন্ন যুদ্ধত মই মোৰ পূৰ্ৰ্ৰ পুৰুষৰ সম্মান, গৌৰৱ আৰু চন্দ্ৰগিৰীৰ স্বাধীনত| oR "ৰাখিব পাৰেঁ৷। ( প্রণাম__যার খোজে ) সেইয়া! ঘোবা দৌবাই কোন আহিছে? ই কি? পুথ্টীনাৰায়ণ হাঁমুক্ত হল কেনেকৈ? সেই fais কাৰাকক্ষৰ পৰা তাক মুক্তি দিলে কোনে ? এই ফালেই আছিছে-_ সৈনিক--সৈনিক-- নাই__ নাই মই নিজেই-- (অসি re নিষ্কাষণ কৰি ata খোজে)। জত } (ASAT পূৃৱেশ ) AOA হঃ--হাঃ--হাঃ- পৃথ্বীনাৰায়ণ নহয়--হেৰ পৃণ্টীনাৰায়ণ i নহয়--ৰতন নাৰায়ণ--ৰতন নাৰায়ণ। অজিত-- এই বহুকাপী বেশত কিয় ৰতন ককাই ? ইৰে পৃথীনাবায়ণৰ পৰিচ্ছদ্‌- সেইয়া ঘোবাও যে তাৰ। ৰভন-- হেৰ মই চেপা পাতিব যাওঁ-- ডাঙৰ ডাঙৰ পাছাড়ী =" "ত. বান্ধ বন্ধাই আছে। গৈ চেপা বহুৱালেই হ'ল। কাউৰী-শগুণ-শিয়াল-কুকুৰে এমাহলৈ খাইও শেষ কৰিব নোৱাৰিব। মাথে| তই মোক জলপ টী সহায় কৰ। টি

এপ