সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৬ জয় পৰাজয় বা উদয়ৰ পথত

৯০-৯৯-০৯০০ তদ ৯৬০০০ ত-ড্ত ==

বিজয়া খুজিলোৱেই বা টকা পালেহে কিনিম -- কিমান:

নো দাম?

ডিৰেক্টৰ - এই মই এমাহ আগতে মোৰ ভনীটিলে এটা কিনি '

ছিলো__-ঝোলগোল্ড কেচ্‌_ এশ পঁচিশ টক| নিছে: বাক তুমি কিমিব নালাগে-মই সেইটোকে অনি fea |: বিয়া কেতিয়া * ডিৰেক্টৰ-বাক অলপ অপেক্ষা কৰা _এই মই আনি দিছে| |

(প্রস্থান )

ব্জিয়|-- এয়ে হল প্রণয়প্রার্থীসকলৰ প্রতি মোৰ প্ৰেমৰ নমুনা ৷. এই মোহ মুগ্ধ--লোলুপ কামনাত অন্ধ পুৰুষবোৰক

মই বুজাই দিব খোজে৷ যে প্রেম আৰু লালসা ছুট!

বস্তু। লগতে ইয়াকো বুজাই দিম যে ৰমণীৰ was

‘যেনেকৈ প্ৰেমৰ দ্পনিৰ্ম্মল অমৃতৰ ধাৰ| থাকে —

৯২. তেনেকৈয়ে থাকে কালতৃজঙ্গিণীৰ তীব্র হলাহল বিষ: সমূত্র মন্থন কৰি দেৱ'হাই পায় অমৃত-_ দানৱে পাই বিষ।

( ডিবেক্টৰৰ প্রৱেশ )

চি নিয়া ৱিজয়|-- চাওঁ, মই পিন্ধাই দিওঁ — ( ঘৰীটে| পিন্ধাই দি) ৰাঃ — বেচ, দেখি হাতখন, এটা pal দিয়া বিজয়! *

(লারতি লৈ চুমা খাব খোজে এনে তাৰ ফেন

কামনাতে উন্মাদ ) ৷ | ৮৮৫