৯৪ জয় পৰাজয় বা উদয়ৰ পথত,
এস এইড === ইইতেই আধুনিক সভ্য ভদ্ৰলোক । ( চিঠিবোৰ টুকুৰা টুকুৰকৈ ফালি পেপাৰ বান্বেটত দলিয়াই fica | ‘আৰু যুদ্ধৰাজে বিদায় পৰত দি যোৱা চিঠিখন উলিয়াই ফালিম বুলি হাত যেন শিথিল হৈ বায়) fag— এই মলিয়ন হৈ যোৱা কাগজ টুকুৰা এই fae ধোৱা আখৰ কেইটাৰ প্রতি মোৰ ইমান ata) কিয়? কিয় মনত পৰে__বাৰে বাৰে তেওঁৰ বিদায় বেলাৰ মলিন মুখখনি ৷ ওঃ যুৱৰাজ! ; যুরৰাজ!! ( চিঠিখন সজোৰে আবেগেৰে বুকুত সাৱটি লয় )
‘ডিৰেক্টৰ--(বাহিৰত); ৰিজয়|-- বিজয়|--
Frerat- সেইয়া আহিল-_কি
মিহি হুবত মাতিছে__বিজয়া__ -_ 'বিজয়া-- (তাৰা তাৰি চিঠিখন লুকাই )"'
+ PAB পরেশ, বিজগাই-লয়লাস গছিৱে হি মাৰি গৈ হাতত ধৰে, ডিৰেক্টৰ পালসাদীন্ত চকুৰে চাই থাকে বিজয়াৰ মুখলৈ। বিজয়াই আন ফালে মুখ ঘুৰাই চকু ছটা কুটিলভা- >: পূৰ্ণ মুখত এটা কাল হাহি।, 14 -ভিবেক্টৰ _ নাজানে_ বিজয়! তোম|ক কিমান ভাল পাওঁ। তুমি, মোক নিৰাশ নকৰিবা বিজয়া — >
বিজয়|--উ'হু হয়- দুদিন পিচতে পাহ্কৰি যাব -- |