সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীর অঙ্ক ৯৩ ৰ সপ্তম দৃশ্য

— বিজয়াৰ কোঠা —

(বিজরাই এখন এখনকৈ চিঠি, পড়ে: আৰু সামৰি, থৈ যায়, মুখত এটা অৱস্তাৰ ভাব)

বৰিজ্ক্না--কেবল প্ৰেম,_-কেবল ভাল পোরা, মই ছোৱালী হলো এজানী_ অথচ মোৰ প্রতি ইমান বিলাক প্ৰেমিক পুৰুষৰ একেলগে প্রেমৰ উজান উঠিছে। কিমাননে| সম্বোধন-_ কিমানৰ, প্রাণৰ বিজয়া-_বুকুৰ জীউ বিজয়|--িয়াৰ আমঠু বিজয়া_হৃদয়ৰ ৰাণী বিজয়া - আৰু কত: কি? এইবোৰ মই থওঁ ক’ত। ইহঁতৰ প্ৰেমৰ সম্বোধন থবলৈ দেখিছে। Sata বান্ধিবলগীয়া হ’ল। প্রেম বোলা বস্তুটো! জানে| ইমান সন্তা যে চিঠি লিখি কিবা কিৰি উপহাৰ দিলেই পায়। সকলো মিছ্বলীয়া প্ৰেমৰ তাও মাথোন--লোলুপ দৃষ্টি মৌৰ যৌৱনৰ ওপৰত। মই এতিয়া কৰে৷ কি ? ইহঁতৰ মন যোগাই নচলিম-- ইয়াত থকাই টান হৈ পৰিব৷ আকৌ তেনেদৰে বাটে

_ ঘাটে পেটৰ দায়ত ঘুৰি ফুৰিব লাগিব। (ভাবে) অভিনয়-- সকলোৰে মনৰ জোখাৰে প্ৰেমৰ অভিনয় কৰিব ৰজ, আৰু এই অভিনয়ৰ মূল লক্ষ্য হব চকুত ধূ্লি দি অৰ্থোপাড্ডান কৰ|। স্বয়ং ডিৰেক্টৰ--আধ্রয়দাতা পিতা বুলি, গুৰু বুলি যাক মানিছিলে। সিও এনে দুধ