aR জয় পৰাজয় বা উদয়ৰ পথত
৬পস্পপ্পিপিশীলপিশলি পিপি
ষত্তম--ছছ--মই নহয়--এই অজিতে-- “আৰ|--কিয়-- দেৱৰ ! “জজিভ-_পৃথীনাবায়ণ ধৰা পৰিছে--সিন্ধি খান্দি খাব ঘৰত প্রৱেশ কৰিছিল খাৰ বাকদত পানী “ঢালিবলৈ । ই 7 ৰতনে সন্তেদ' পাই পিন্ধিৰ মুখ পাথৰেৰে বন্ধ কৰি তাত কেইজনমান প্রহৰী বাখি মোক খবৰ দিয়ে। মই ধৰি আনি নিভ্ভন কাৰা-কক্ষত তাক বন্দী কৰি থৈছে| । ৰাতিলৈ তাৰ পুত্র যোগ্যনাৰায়ণ সদলৰলে আহি পাৰ__ + সিহঁতে ৰাজধানী আক্রমণ কৰিব। তুমি, ৰতন আৰু
ছেরেন্দ্রনাৰায়ণ এই তিনি জনৰ ওপৰত থাকিল অন্তঃপুৰ =
ৰক্ষাৰ ভাৰ। মই ফৌজ লৈ সিংহদ্বাৰ ৰক্ষা কৰিম। ৰতন ! প্রহৰীবোৰক cata কঢ়া হুৰুম শুনাই দিবা__
কাবা-কক্ষবোৰৰ ওপৰত তীব্র নজৰ ৰাখে ৷ সই আহিলে"
সৈন্য পৰিদৰ্শন কৰিবলৈ। ৰ (প্রস্থান)
জীৰ|--যোগ্যনাৰায়ণে সৈন্য পালে ক'ত?
ৰস্ধন--পাহাৰী ayy আমদানি কৰিছে। সিহত বৰ SHAT
মীবা_অজিতনাবায়ণে জানে৷ অকলে সিংহদ্বাৰ ৰক্ষা কৰিব পাৰিব?
সষ্বদ্ধন--সি বক্ষ! কৰিব কি-মই ভাৰ উপায় ঠিক কৰি ৰাখিছে|। face ফান্দ পাতিছে| চাবি ব’ল।
(প্রস্থান)