দ্বিতীয় অঙ্ক ৮৭ ০:০০ অছ্জিত--ৰা্-মাত৷--ৰাজ-মাত|-- (বাঙ্গ স্বৰে) যা-_লৈ যা__
কিন্তু সাবধান - যেন পলাব নোরাৰে। যোৱা সক আই
তোমাৰ কাৰণে মই নতুন বাজপ্রাসাদ সাজি থৈছে৷,
তাতে গৈ বাণীগিবী কৰিব| । পিত! গৈছে দাদাৰ অন্বেষণস্ত
--ঘিদিনা তেওঁ ফিৰি আহিক সিদিনা হব তোমাৰ বিচাৰ।
ঘোরা এতিয়া তাত গৈ নির্ভনে_-গোপনে ষড়যন্ত্র জাল
গথাগৈ__। (প্রতিভাবীক ইঙ্গিত দিয়ে তাই লৈ যায়) মীৰ|--দেৱৰ ! মোৰ এটি অনুৰোধ--
আঅভ্সিত--অনুৰোধ কিয়- আদেশ কৰা দেৱী!
.নীৰ|--সৰু আইক যেন কাৰাগাৰত থোৱা নহয়--ৰাজ-মাতাৰ প্রাপ্য স্থখ স্মুবিধ৷ দি তেওঁক যেন প্রাসাদৰ ভিতৰতে নজৰ বন্দীনী কৰি ৰখাৰ ব্যৱন্থ। কৰ|--মই তেওঁৰ সেরা কৰিম।
অভিত- দেবী!
মীৰ।_ প্রতিবাদ নকৰিবা দেরৰ__হয়তো এদিন তেওঁৰ মনৰ পৰিবৰ্ত্তন হব।
অজিত্ত__তেনেহলে সেয়ে হব।
নীৰা_পলম কৰিলে হয়তো প্রতিহাৰীয়ে তেওঁক কাৰাগাৰলৈয়ে লৈ যাৰ--মই আহিলো দেৱৰ ৷
(প্রস্থান)