সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ জয় পৰাজয় বা উদয়ৰ পথত

আতৰাই নিয়া_ আতৰাই নিয়া--সেই চৰিত্ৰহীন লল্পটৰ পতিকৃতি ৷ এই পবিত্র সিংহাসনত কোনে ৰাখিব দিছে এই মূৰ্ত্তি?

(অজিতৰ প্রৱেশ)

স্জসজিত--মই-- |

সলভ্য--কিয়? কাৰ আদেশত ? . মহাবাঁজ নাই বুলি জানে| তুমি যি ইচ্ছা তাকেই কৰিব খোজা? মোৰ অনুমতি লৈছিলা ?

জিভ _তোমাৰ অনুমতিৰ কোনো প্রয়োজন নাই সৰু আই। পিতাই বাঁজ-কার্ধাৰ পৰা অৱসৰ লৈছে দাদাৰ হাতত শাসনভাৰ অৰ্পন কবি। পিতাৰ নির্দেশ আছিল -- এবছৰ পিচত দাদা age অভিষিক্ত হে সিংহাসনত আৰোহণ কৰিব। কিন্তু--শেমাৰ কুট চক্রান্ত ফলত সি হৈ নুঠিল। যদিও দাদাই মোকেই সিংহাসন দি গৈছে-ঁ তথাপি nina বর্তমানত সিংহাসন মই এহণ কৰিব নোৱাৰিম | &

অত্য-_সেয়ে__এই বেশ্যাসক্ত লক্পটৰ--

অভিত-_সাবধান__সক আই! চন্দ্ৰগিৰীৰ অধিপতিৰ প্রতি

Ba আসত ব্যৱহাৰৰ কাৰণে মই তোমাক wal নকৰিম”

সত্য--কাৰণ মই তোমাৰ বিমাতা__ ?