সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক ৮৩ DE HET SESH ESA কউ (কোলাহল থামি যায়, লগে লগে বাহক সকলে চাঙ্গিতকৈ বৈ লৈ আহে হতাহত সৈনিকবোবক। তৰে এখনত আহত উদয়নাৰায়ণ। কোলাহল থামাৰ পিচত ভিতৰত এটা ককণ 34, আক বাহক সকলে AFA GAAS হতাহত কঢ়িয়াই নিয়ে। বাহক সকলৰ মুখ বিমৰ্ষ, গম্ভীৰ )

( পট পৰে)

পঞ্চম দৃশ্য — চন্দ্রগিবীব দৰবাৰ কক্ষ --

(পিংহাপনত উদয়নাবারণব প্রতিক্কৃতি। মীবাই সেই প্ৰতিকৃতিত এদাল পুষ্প মাল্য দিয়ে )

মীৰা_ স্বামী! য’তে আছা তাৰে পৰা Ata অভাগীৰ atta ভৰা ভক্তি__অফুবন্ত প্রেম-- ৷ (সত্যভানাৰ প্রৱেশ ) সত্য- মীৰ|! ই তোমাৰ স্বামাপূজাৰ প্ৰেম-মন্দিৰ নহয়- চন্দ্র গিৰীৰ দৰব|ৰ কক্ষ । কি, সিংহাসনত কাৰ প্রতিকৃতি ?