সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮২ জয় পৰাজয় বা উদয়ব পথত

০০০০০০০০০০০ মুূর্ত পিচতে গুকম্‌ গুকম্‌ বিকট গৰজনে তাৰ আকাশ বতাহ পৃথিবী কপাই খেলিব মৃত্যু বিভীষিকা ৷ বিষ- নিশ্বাসে বায়ুমণ্ডল পেলাব আগুৰি ৷ কিন্তু-ই কাৰ বাবে? ভীক-_কাপুকব, বিলাসী মায়ামুগ্ধ যিবোৰ-- সিহঁতৰ বাবে। মই! মই_অপবাজেয়-_কোনো মায়াই মোৰ নাই-__বাঁজপ্রাসাদখ মায়৷--সিংহাসনৰ মায়া-_ মীৰা, বিজয়াৰ মায়|-- সকলো তাগ কৰি গুছি আহিছো। মই বীৰ--পুৰুষাকাৰ লাগে_-পদোন্সতি লাগে__ ( এনেতে কামান NG) CABAL কর্তবাৰ আহ্বান_-( Wal ভাবে ) জননী_তুমি মোৰ দেহ ৰক্ষাৰ অক্ষয় করচ।

( শিতানৰ ছবিখন ভাজ কৰি লগত লৈ দ্রুত প্রস্থান)

[ উদয়নাবায়ণ ওনার যোরাব লগে লগে তৃতীয় ভেৰিধ্বনি বাজে । লগে লগে এয়াৰোপ্লেনৰ শব্দ । অবিশ্রান্ত বোম| বর্ষণ, মেচিনগানব গর্জন । ধোৱাই চাবিও ফালে আগুৰি ধবিছে। মাজে মাজে যেন আকাশ পৰা একোটা একোটা ARTS Aare Bel খহি পৰিছে এনে দেখা যার)

(বোম বর্ষণৰ দৃশ্য থিয়েটাৰত হলে ষ্টেজত দেখাৰ । আৰু যাত্ৰাভিনয়ত হলে ভিতৰত দেখাব )