এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
| লাঙ্গি-গদাপাণি | ••• | ••• | তুংখুঙ্গীয়া ফৈদৰ ৰাজকোঁৱৰ। |
| চুলিক্ফা—ওৰফে লৰা-ৰজা | ••• | ••• | অসম দেশৰ ৰজা। |
| আতন—ওৰফে দীঘলা | ••• | ••• | বুঢ়াগোহাঞি ডাঙ্গৰীয়া মন্ত্ৰী। |
| লাইথেপেনা ••• | ••• | ••• | বৰগোহাঞি ডাঙ্গৰীয়া মন্ত্ৰী। |
| লাচামকলা ••• | ••• | ••• | বৰপাত্ৰগোহাঞি ডাঙ্গৰীয়া মন্ত্ৰী। |
| লেচাই-ওৰফে ডেবেৰা (২য়) | ••• | ••• | বৰবৰুৱা ঘাই বিচাৰক। |
| ধৰ্ম্মনাথ ••• | ••• | ••• | ন্যায়সমাধাগোহাঞি ফুকন। |
| মুকুন্দ ••• | ••• | ••• | সলাল বৰগোহাঞি। |
| চন্দ্ৰমল ••• | ••• | ••• | জাগিয়াল গোহাঞি। |
| ৰমানন্দ ••• | ••• | ••• | ৰহিয়াল বৰুৱা। |
| লাই আৰু লেচাই | ••• | ••• | জয়মতী-গদাপাণিৰ পুত্ৰদ্বয়। |
মাইকী।
| জয়মতী | ••• | ••• | ••• | গদাপাণিৰ ভাৰ্য্যা |
| পদ্মাৱতী | ••• | ••• | ••• | জয়মতীৰ সখী। |
| আই-কুঁৱৰী | ••• | ••• | ••• | লৰা-ৰজাৰ জননী। |
| আহিনী | ••• | ••• | ••• | জয়মতীৰ বান্দী। |
| বগী ••• | ••• | ••• | ••• | বৰ-পোহাৰী। |
| চিনু ••• | ••• | ••• | ••• | নগাপৰ্ব্বতৰ নাগিনী। |
| জিনু ••• | ••• | ••• | ••• | চিনুৰ জীয়েক। |