পৃষ্ঠা:জন্মাষ্টমী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
৪৮

ওঁ বিশ্বায় বিশ্বেশ্বৰায় বিশ্বপতয়ে
বিশ্বসন্তবায় গোবিন্দায় নমঃ ॥
ওঁ ধৰ্ম্মায় ধৰ্ম্মেশ্বৰায় ধৰ্ম্ম পতয়ে
ধৰ্ম্ম সন্তুবায় গোবিন্দায় নমোনমঃ, স্বাহা ॥

 কীৰ্ত্তনতো কৈছে:-

কৃষ্ণ গোপাল কৰুণাময়, ৰাম ৰাম হৰি ৷৷ এয়ে হৈছে জন্মাষ্টমীৰ ধ্যান, ধাৰণা আৰু অৰ্চ্চনা ৷ পৰম ভক্তসকলে এই ভাৱত ভাৱা- পন্ন হৈ অন্তৰতম স্থানত কষ্ণ আনন্দৰ অঙ্কুৰ ৰোপন কৰি জীৱন প্ৰেমানন্দ কৰিবলৈ প্রয়াস কৰে। পৰমানন্দ উপলব্ধি কৰিব সমর্থ হবলৈ এই জন্মাষ্টমী—এই কৃষ্ণাষ্টমী

 অসতো মা সদ্গময়
 তমসো মা জ্যোতির্গময়
 মৃত্যোমহিমৃতম গময়।
মোক অসতৰ পৰা সতলৈ নিয়া।
মোক আন্ধাৰৰ পৰ৷ পোহৰলৈ নিয়৷ ৷
মোক মৃত্যুৰ ঠাইত অমৰত্ব দিয়া।
 ৷৷ শিবম্ সত্যম্ সুন্দৰম্ ॥