পৃষ্ঠা:জন্মাষ্টমী.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কটন কলেজ ছাত্ৰাবাসৰ যিসকল
 ছাত্ৰৰ সুযোগত
শ্ৰীকৃষ্ণ জন্ম সম্বন্ধে দুআষাৰ কবলৈ
 মাহেন্দ্ৰ ক্ষণ পোৱা হৈছিল
সেই শুভ মুহূৰ্তত ছাত্ৰসমূহৰ অন্তৰত
পৰম আনন্দ জাগৰণৰ উদ্দেশ্যে
 এই “জন্মাষ্টমী”
 পূৰ্ণ আনন্দময় সচ্চিদানন্দৰূপ
 পৰম ব্ৰহ্মত
 নিবেদন কৰা হল।

 শ্ৰীহৰমোহন