পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰ্তৃক প্ৰশংসা পূজাৰীক দান—হাজোলৈ গমন— ৰামচৰণ, মথুৰাদাস--সুন্দৰী দিয়াত--দেৱ উচ্ছিষ্ট দুধ—মিত মাধৱ খেতিয়কৰ অধৰ্ম্মাচৰণতাঁতি অধৰ্ম্মাচৰণ

চতুঃষষ্টি অধ্যায়

সৰ্বদশী মাধৰ কলচোৰ-ভোজনৰ ব্যঞ্জন ক্ষুধা কণ্ঠ ভূষণৰ ঘৰত আলহী।

পঞ্চষষ্ট অধ্যায়

বৰপেটাত যাত্ৰা উৎসৱৰাজভয়ত অজ্ঞাত বাস— ব্ৰাহ্মণ ভকতক অত্যাচাৰ-পুনৰ বৰপেটাত ৰঙ্গিলী ঘৰ নিৰ্মাণ—ভীম যদুমণি-বামবিজয় যাত্ৰা -ৰাম সীতাৰ প্ৰতিমা—সৰু গুৰুৰ অহঙ্কাৰ-শঙ্কৰ দেৱৰ শ্ৰাদ্ধত দামোদৰৰ অনুপস্থিতি

ষট ষষ্টি অধ্যায়

বিতাড়িত ভক্তক আশ্ৰয়দান—দামোদৰ দেৱৰ লগত বিবাদ—শঙ্কৰদেৱক অমান্য-শ্ৰীধৰ স্বামী অমান্য-ৰত্নাকৰ গ্ৰন্থ অমান্যচিৰবিচ্ছেদ—ৰামচৰণৰ লগত তৰ্ক-ৰামচৰণক আশ্বাস।

সপ্তষষ্টি অধ্যায়।

শিষ্যক উপদেশ দান-হঠযোগীক নিন্দা-মুক্তিৰ উপায়-মনৰ অৱস্থাস্থান এৰিলে দুঃখ নেৰে- নিৰ্বিকল্প দামোদৰ-মৰণৰ আগজাননী-হৰিচৰণৰ খড়িমাটি—গুৰুপুত্ৰৰ প্ৰতি ভক্তি

অষ্টষষ্ট অধ্যায়

সৰ্বজ্ঞ মাধৱদেৱ-পকা কল—চেনিৰ শূণ্য ভাণ্ড চেনি পাগত বিঘিনি